মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,
মায়া ভৰা দুচকুলৈ,
হিয়া জুৰি আছাহি বৈ,
দূৰনীৰে জোণাকী হৈ ৰ'লা কিয় ?
হে এ এ এ....
মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,

সাগৰৰ দৰে গভীৰ,
তুমি অনা মৰমকে লৈ
আছো জীয়াই,
দেহে মনে আছা যদি,
বাৰে বাৰে গুছি যোৱা মোক,
কিয় কন্দোৱাই,
নানিবা সেমেকা ৰাতি,
নেলাগে মোক সোঁৱৰনী
হে এ এ এ....
মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,
মায়া ভৰা দুচকুলৈ,
হিয়া জুৰি আছাহি বৈ,
দূৰনীৰে জোণাকী হৈ ৰ'লা কিয় ?
হে এ এ এ....
মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,

সাগৰৰ দৰে গভীৰ,
তুমি অনা মৰমকে লৈ
আছো জীয়াই,
দেহে মনে আছা যদি,
বাৰে বাৰে গুছি যোৱা মোক,
কিয় কন্দোৱাই,
নানিবা সেমেকা ৰাতি,
নেলাগে মোক সোঁৱৰনী
হে এ এ এ....
মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,
মায়াবীনি সেই ৰাতি,
আহিছিলো কাষলে তোমাৰ
দূখ হ'বলে,
হাঁহি হাঁহি সাৱতিলা
অশ্ৰুভৰা অনুভুতি বোৰ
মনত গোপনে,
মৰমৰ মায়াবী তৃশা
দিবহি মাথো বেদনা,
হে এ এ এ....
মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,
মায়া ভৰা দুচকুলৈ,
হিয়া জুৰি আছাহি বৈ,
দূৰনীৰে জোণাকী হৈ ৰ'লা কিয় ?
হে এ এ এ....
মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,
মায়া .......মায়া মাথো মায়া-২
মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,
মায়া ভৰা দুচকুলৈ,
হিয়া জুৰি আছাহি বৈ,
দূৰনীৰে জোণাকী হৈ ৰ'লা কিয় ?
হে এ এ এ....
মায়া .......মায়া মাথো মায়া,
তুমি জানো সচাঁনে,
মৰমৰে মায়া,
মায়া .......মায়া মাথো মায়া-২