এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু, - ২
পাখী মেলা অতিতক কি দৰে পাহৰো।
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু .....
পুহৰ বুলি জিয়ালো
মনে মনে প্ৰাণতে,
হাতেৰে ধুকি নোপোৱা জুনৰে ছবি,
পাখী মেলি সপোনে
আগছিলে জীৱনক,
কোনোবা দৰদী আকাশৰ নীলিমাতে ,
সেই মন আজি যেন অসীমত লীন হোৱা তৃশা,
কি দৰে পাহৰো মই,
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু,
পাখী মেলা অতিতক কি দৰে পাহৰো।
সাগৰ নীলা দুচকুত
কি ৰং আনে জীৱনে,
নাজানো যদিও দুবাহু আছো মেলি,
সচাঁ মিছাৰ সুমাজত
সাঁতুৰিছো যদিওঁ,
খেদি খেদি সপোনে মিঠা চুমা জাছে,
এই মন আজি যেন পোহৰত প্ৰাণ পোৱা তৃশা,
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু, - ২
পাখী মেলা অতিতক কি দৰে পাহৰো।
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু
এন্ধাৰ হ'ব নোৱাৰো - ৫
মছি দিৱ নুখুজু
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু, - ২
পাখী মেলা অতিতক কি দৰে পাহৰো।
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু .....
পুহৰ বুলি জিয়ালো
মনে মনে প্ৰাণতে,
হাতেৰে ধুকি নোপোৱা জুনৰে ছবি,
পাখী মেলি সপোনে
আগছিলে জীৱনক,
কোনোবা দৰদী আকাশৰ নীলিমাতে ,
সেই মন আজি যেন অসীমত লীন হোৱা তৃশা,
কি দৰে পাহৰো মই,
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু,
পাখী মেলা অতিতক কি দৰে পাহৰো।
সাগৰ নীলা দুচকুত
কি ৰং আনে জীৱনে,
নাজানো যদিও দুবাহু আছো মেলি,
সচাঁ মিছাৰ সুমাজত
সাঁতুৰিছো যদিওঁ,
খেদি খেদি সপোনে মিঠা চুমা জাছে,
এই মন আজি যেন পোহৰত প্ৰাণ পোৱা তৃশা,
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু, - ২
পাখী মেলা অতিতক কি দৰে পাহৰো।
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু
এন্ধাৰ হ'ব নোৱাৰো - ৫
মছি দিৱ নুখুজু
এন্ধাৰ হ'ব নোৱাৰো,
মছি দিৱ নুখুজু
এন্ধাৰ হ'ব নোৱাৰো,
প্ৰতিটো শাৰীতে বানান ভুল।
ReplyDeleteভবাৰ দৰকাৰ !!
Delete